Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: গড়মৰা গাওঁ পঞ্চায়তৰ নৱ নিৰ্মিত কাৰ্যালয় আজি শুভ উদ্বোধন কৰা হয়

Dhekiajuli Part, Sonitpur | Sep 10, 2025
বুধবাৰে দিনৰ অনুমানিক ২ বজাত গড়মৰা গাওঁ পঞ্চায়তৰ নৱ নিৰ্মিত কাৰ্যালয় শুভ উদ্বোধন কৰা হয় । আজি উক্ত কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে বৰছলা সমষ্টিৰ বিধায়ক গনেশ কুমাৰ লিম্বু ৷ উল্লেখ্য যে শোণিতপুৰ জিলাৰ গড়মৰা গাঁৱত নিৰ্মাণ কৰা হৈছে গড়মৰা গাওঁ পঞ্চায়ত কাৰ্যালয় ৷ আজিৰ উক্ত উদ্বোধনী অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ মিছামাৰী মণ্ডলৰ সভাপতি শিৱ চৰণ গোৱালা,ঠেলামৰা জিলা পৰিষদৰ সদস্য শিৱ চৰণ চাহু আৰু মিছামাৰী জিলা পৰিষদৰ সদস্য দুলুমণি বৰা দাস উপস্থিত থাকে ৷
Read More News
T & CPrivacy PolicyContact Us