This browser does not support the video element.
নলবাৰী: CAA বাতিলৰ দাবীত নলবাৰী চহৰত বীৰ লাচিত সেনা, অসমৰ উত্তাল প্ৰতিবাদ
Nalbari, Nalbari | Sep 9, 2025
CAA বাতিলৰ দাবীত নলবাৰীত বীৰ লাচিত সেনা, অসমৰ উত্তাল প্ৰতিবাদ ।নলবাৰী চহৰৰ মাজমজিয়াৰ জিলা পুথিভড়ালৰ পৰা বাহিৰ কৰে প্ৰতিবাদী সমদল । কা আইন সম্পূৰ্ণ বাতিলৰ দাবীত বীৰ লাচিত সেনা অসমৰ নলবাৰী জিলা সমিতিৰ সদস্য সকলে নলবাৰীৰ ৰাইজৰ সহযোগত নলবাৰী চহৰৰ মাজেৰে আহি প্ৰতিবাদী সমদলটো নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আহি প্ৰতিবাদ সাব্যস্ত কৰে