Download Now Banner

This browser does not support the video element.

হাজো: হাজোত উপস্থিত বাংলাদেশৰ উচ্চায়ুক্ত ৰাহুল আমিন,শ্ৰীশ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু পোৱামক্কা দৰগাহ শ্বৰীফ দৰ্শন

Hajo, Kamrup | Sep 7, 2025
দেওবাৰে হাজোত উপস্থিত বাংলাদেশৰ উচ্চায়ুক্ত ৰাহুল আমিন। হাজোত উপস্থিত হৈ উচ্চায়ুক্ত গৰাকীয়ে দৰ্শন কৰিলে শ্ৰীশ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু পোৱামক্কা দৰগাহ শ্বৰীফ। সম্পূৰ্ণ ব্যক্তিগত ভ্ৰমন লৈ বিশ্ব প্ৰসিদ্ধ তীৰ্থ স্থান দুখন ভ্ৰমন কৰে বাংলাদেশৰ শীৰ্ষ বিষয়া গৰকীয়ে।
Read More News
T & CPrivacy PolicyContact Us