Download Now Banner

This browser does not support the video element.

ডিমৌ: ডিমৌ হেণ্ডবল ক্লাৱৰ উদ্যোগত ডিমৌত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন,বিধায়ক সুশান্ত বৰগোহাঁইৰ অংশগ্ৰহণ

Dimow, Sivasagar | Sep 3, 2025
অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন।ৰাজ্যজুৰি উদযাপন কৰিছে অভিৰুচি ক্ৰীড়া দিৱস।ডিমৌ হেন্ড বল ক্লাৱৰ উদ্যোগত বুধবাৰে পুৱাৰে পৰা দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰিছে অভিৰিচি ক্ৰীয়া দিৱস।সমূহীয়া দৌৰৰ ফ্লেগ অফ কৰে ডিমৌ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিচাদৌ চিংফুয়ে।অভিৰুচি ক্ৰীয়া দিৱসৰ পতাকা উত্তোলন কৰে বিধায়ক সুশান্ত বৰগোঁহাইয়ে।ডিমৌ হেন্ডবল ক্লাৱৰ পতাকা উত্তোলন কৰে অৰূপ কুমাৰ দত্তই।
Read More News
T & CPrivacy PolicyContact Us