Install App
shivbhakti
This browser does not support the video element.
গুৱাহাটী: ক্ষেত্ৰীৰ চখুৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত, থিতাতে নিহত স্বামী-স্ত্ৰী, গুৰুতৰভাৱে আহত কন্যাক চিকিৎসালয়ত ভৰ্তি
Guwahati, Kamrup Metropolitan | Aug 13, 2025
বুধবাৰে ক্ষেত্ৰীৰ চখুৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত স্বামী-স্ত্ৰী, গুৰুতৰভাৱে আহত কন্যা। নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰৰ মাজৰ প্ৰকাণ্ড গছত খুন্দা ৰহা অভিমুখী মাৰুতি S-CROSSৰ। বাহনৰ ভিতৰত বহু সময় ধৰি আৱদ্ধ হৈ ৰয় দম্পতীটো। নিহত লোকজন ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্ৰ মোহন দেৱ শৰ্মা।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!