Download Now Banner

This browser does not support the video element.

উত্তৰ গুৱাহাটী ভাগ: আমিনগাঁৱত ৩৫৬ সংখ্যক ঐতিহাসিক আলাৱৈ ৰণৰ স্মৃতি দিৱস উদযাপন, উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, যোগেন মহন

North Guwahati Part, Kamrup | Aug 5, 2025
মঙলবাৰে আমিনগাঁৱত ৩৫৬সংখ্যক ঐতিহাসিক আলাৱৈ ৰণৰ স্মৃতি দিৱস উদযাপন। উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,যোগেন মহন,বিধায়ক দিগন্ত কলিতা, জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ। খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অধীনস্থ অসম প্ৰত্নতত্ব সঞ্চালকালয় বিভাগৰ উদ্যোগত,কামৰূপ জিলা প্ৰশাসন আৰু শৰাইঘাট জাৰ্ণেলিষ্ট ফ'ৰামৰ যৌথ সহযোগত এই আলাৱৈ ৰণস্মৃতি দিৱস"ৰ আয়োজন কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us