Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: ভূমি বিবাদক কেন্দ্ৰকৰি মাজৰৌমাৰী কছাৰী গাঁৱত আয়োজন কৰা ৰাজহুৱা সভা দেওবাৰে বিয়লি ৪ বজাত সামৰণি পৰিল

Dhekiajuli Part, Sonitpur | Aug 31, 2025
ভূমি বিবাদক কেন্দ্ৰকৰি মাজৰৌমাৰী কছাৰী গাঁৱত আয়োজন কৰা ৰাজহুৱা সভা দেওবাৰে বিয়লি ৪ বজাত সামৰণি পৰিল ৷ উল্লেখ্য যে মাজৰৌমাৰী গাঁৱত থকা ৰাজহুৱা খেলপথাৰৰ ভূমিক কেন্দ্ৰ কৰি সৃষ্টি হৈছে সংঘাত ৷ প্ৰাপ্ত অভিযোগ অনুসৰি বিগত বিগত ৩০০ বছৰ ধৰি বড়ো সম্প্ৰদায়ৰ দখল থকা খেলপথাৰত বৰ্তমান মুছলমান সম্প্ৰদায়ৰ একাংশ লোকে তেখেতলোকৰ দখলত লব বিছাৰীছে ৷ সেয়েহে আজি কেইবাটাও সংঘটনৰ উদ্যোগত উক্ত ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷
Read More News
T & CPrivacy PolicyContact Us