Download Now Banner

This browser does not support the video element.

সোণাৰি: বিমলাপুৰত এজন লোকক বিষাক্ত সাপে কৰিলে দংশন,লোকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ

Sonari, Charaideo | Aug 31, 2025
চৰাইদেউ জিলাৰ চৰাইপুং আৰক্ষী থানাৰ অন্তৰ্গত বিমলাপুৰত এজন লোকক বিষাক্ত সাপে কৰিলে দংশন। লোকজন বিমলাপুৰ অঞ্চলৰ নিবাসী ব্লাকচিউচ লাকৰা। লোকজনক এটা বিষাক্ত সাপে দংশন কৰে। সাপডালৰ দংশনত লোকজন শংকিত হৈ পৰে। সাপডাল অতি বিষাক্ত পটভাইপাৰ সাপ বুলি জানিব পৰা গৈছে। সাধাৰণতে এই সময়ত এনেধৰণৰ পিটভাইপাৰ আৰু অন্যান্য বিষাক্ত সাপ ঘৰৰ চোকে কোনে তথা ঘাঁহনি আৰু সাবিত অথবা মুকলি স্থানত আশ্ৰয় লয় আৰু প্ৰাণৰ আশংকাত দংশন কৰে। আজি বিমলাপুৰ অঞ্চলৰ ব্লাকচিউচ লাকৰাক নিজ বাৰীত কাম কৰি থকা অৱস
Read More News
T & CPrivacy PolicyContact Us