Download Now Banner

This browser does not support the video element.

নলবাৰী: ছিপাঝাৰৰ ঘটনাক লৈ নলবাৰীত DIG ইন্দ্ৰানী বৰুৱাৰ মন্তব্য

Nalbari, Nalbari | Sep 12, 2025
ছিপাঝাৰৰ ঘটনাক লৈ নলবাৰীত DIG ইন্দ্ৰানী বৰুৱাৰ মন্তব্য। ঘটনাক লৈ ইতিমধ্যে ক্লু লাভ কৰিছে আৰক্ষীয়ে৷ আনহাতে ঘটনাস্থলীত উপস্থিত হ’ব DIG গৰাকী। নিজেই পৰিদৰ্শন কৰি বুজ লব সমগ্ৰ ঘটনাৰ। ইফালে খুকুৰি এখন উদ্ধাৰ কৰা হৈছে বুলি জানিব দিয়ে৷ আনহাতে CID ৰ দল ঘটনাস্থলীত উপস্থিত হৈছে।
Read More News
T & CPrivacy PolicyContact Us