দেওবাৰে দিনৰ প্ৰায় ২ মান বজাত লাংহিন নগৰস্থিত লাংহিন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত ফুলনি শাখা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত হোৱাল কাৰ্বি আংলং জিলা সাহিত্য সভাৰ পুৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা খনৰ সামৰণি পপে ৷ জিলা সভাপতি বাৰিম ইংতিৰ সভাপতিত্বত অনুষ্ঠিত পুৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাৰ আত ধৰে সম্পাদক অনিল হাজৰিকাই।