Download Now Banner

This browser does not support the video element.

বিহপুৰীয়া: ফুলবাৰীত জঘন্য ঘটনা,নিজ কন্যাৰ ওপৰত যৌন নিৰ্যাতন চলাই লালুক আৰক্ষীৰ জালত পিতৃ

Bihpuria, Lakhimpur | Sep 9, 2025
লখিমপুৰৰ ফুলবাৰীত জঘন্য ঘটনা। নিজ কন্যাৰ ওপৰত যৌন নিৰ্যাতন চলাই আৰক্ষীৰ জালত পিতৃ। ১৪ বছৰীয়া কন্যাই আনিছে পিতৃৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। চাৰিবাৰকৈ নিজ কন্যাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ লম্পটোৰ বিৰুদ্ধে। কন্যাৰ অভিযোগৰ পিছতেই মঙ্গলবাৰে লম্পট পিতৃক আটক কৰিছে লালুক আৰক্ষীয়ে। লম্পটটোক ইতিমধ্যে লালুক আৰক্ষীয়ে মাৰাথন জেৰা আৰম্ভ কৰিছে।এই ঘটনা পোহৰলৈ অহাৰ পিছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে লখিমপুৰত।
Read More News
T & CPrivacy PolicyContact Us