Download Now Banner

This browser does not support the video element.

নলবাৰী: মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই

Nalbari, Nalbari | Aug 4, 2025
আজি ঐতিহ্যমণ্ডিত নলবাৰী মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষ আৰু স্নাতক প্রথম বৰ্ষ উভয় শ্ৰেণীৰে বিদ্যার্থীসকলৰ দীক্ষাৰম্ভ আৰু মত বিনিময় অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । এই সভাত মন্ত্ৰী গৰাকীয়ে বৰ্তমান সময়ত ছাত্র ছাত্ৰীক কাৰিকৰী শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ ছাত্র ছাত্ৰীক পৰামৰ্শ আগবঢ়াই ।
Read More News
T & CPrivacy PolicyContact Us