Download Now Banner

This browser does not support the video element.

লংকা: বিধায়ক শিবু মিশ্ৰৰ উপস্থিতিত লংকাৰ বাছ ষ্টেণ্ডৰ কণকলতা প্ৰতিমুৰ্তি তলত জুৱিন গাৰ্গক শ্ৰদ্ধাঞ্জলী

Lanka, Hojai | Sep 22, 2025
সোমৱাৰে সন্ধীয়া ৬:৩০ মান বজাত বিজেপি লংকা মণ্ডলৰ উদ্যোগত লংকাৰ বাছ ষ্টেণ্ডত থকা কনকলতা প্ৰতিমূৰ্তিৰ তলত জুৱিন গাৰ্গক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়।জুৱিন গাৰ্গৰ প্ৰতিচ্ছবিৰ তলত বন্তিপ্ৰজ্বলন কৰা লগতে মাল্য অৰ্পন কৰা হয়।উক্ত অনুষ্ঠানত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰৰ উপৰিও লংকা বিজেপি মণ্ডলৰ সভানেত্রী, সম্পাদককে প্ৰমুখ্য কৰি বিজেপি কৰ্মকৰ্তা আৰু স্হানীয় একাংশ ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us