This browser does not support the video element.
বিশ্বনাথ: জিলা আয়ুক্ত কাৰ্যালত বাঘমাৰীত উচ্ছেদিত অঞ্চলত নিষেধাজ্ঞামূলক আদেশ জাৰী জিলা আয়ুক্তৰ
Biswanath, Biswanath | Sep 1, 2025
বিশ্বনাথৰ বাঘমাৰীত উচ্ছেদিত অঞ্চলত পৰিস্থিতিৰ প্ৰয়োজনীয়তাৰ পৰিপ্ৰেক্ষিতত, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ ৰ ধাৰা ১৬৩ অনুসৰি জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসৰ দায়িত্ব আৰু ক্ষমতা প্রয়োগ কৰি নিষেধাজ্ঞামূলক আদেশ জাৰি কৰিছে। যেনে ওপৰোক্ত স্থান সমূহৰ ১০০ মিটাৰ ব্যাসার্ধৰ ভিতৰত কোনো বাহিৰা লোকৰ সমাগম আৰু যিকোনো গাড়ী ৰখা নিষিদ্ধ এনে বিভিন্ন আদেশ জাৰি কৰে।