Download Now Banner

This browser does not support the video element.

টেঙাখাত: দুলীয়াজানৰ দ'হুকুটা অঞ্চলত ই-ৰিক্সা চালক সন্থাই খেদি খেদি আটক কৰে এটা গভাইত চোৰক, জব্দ হ'ল চুৰি চিলিণ্ডাৰ

Tengakhat, Dibrugarh | Sep 8, 2025
দুলীয়াজানৰ গভাইত চোৰক আটক । দুলীয়াজান ই-ৰিক্সা চালক সন্থাই খেদি খেদি আটক কৰে এটা গভাইত চোৰক। ধৃত চোৰটো নাহৰকটীয়াৰ ৰে'ল ষ্টেচনৰ সমীপৰ আশ্ৰম আলি বুলি জানিবপৰা গৈছে। দীৰ্ঘদিনৰ পৰা ধৃত চোৰটোৱে দুলীয়াজানৰ বিভিন্ন প্ৰান্তত মূল্যবান সা-সম্পত্তি চুৰি কৰি এক প্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। আনকি ধৃত চোৰটোৱে চুৰি কৰা দৃশ্য বন্দী হৈছিল চি চি টিভি কেমেৰাত
Read More News
T & CPrivacy PolicyContact Us