Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: ডাংগাবস্তিত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা,উক্ত পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত দুগৰাকী লোক

Dhekiajuli Part, Sonitpur | Sep 6, 2025
শোণিতপুৰ জিলাৰ অন্তৰ্গত ডাংগাবস্তিত শনিবাৰে সন্ধিয়া অনুমানিক ৬ বাজি ৪৫ মিনিটত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ উক্ত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুগৰাকী লোক ৷ উল্লেখ্য যে তীব্ৰবেগী বাহন এখনে মটৰচাইকেল এখন প্ৰচণ্ড জোৰে খুন্দামাৰে ৷ফলত মটৰচাইকেল চালক যুৱক আৰু মটৰচাইকেলৰ আৰোহী এগৰাকী যুৱতী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ উক্ত দুৰ্ঘটনাৰ খবৰ পাই লগেলগে ঘটনাস্থলীত উপস্থিত হয় ঢেকীয়াজুলি আৰক্ষী ৷
Read More News
T & CPrivacy PolicyContact Us