Install App
binitjha
This browser does not support the video element.
বিশ্বনাথ: হোটেল ব্ৰহ্মপুত্ৰত আটছা বিশ্বনাথ জিলাৰ সাধাৰণ সভা সম্পন্ন, সভাপতি মহেশ ছত্ৰী, সাধাৰণ সম্পাদক নীলুৎপল ৰবিদাসক বাচনি
Biswanath, Biswanath | Aug 27, 2025
বিশ্বনাথ চাৰিআলিৰ হোটেল ব্ৰহ্মপুত্ৰত অসম চাহ জনজাতি ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হয়। এই সাধাৰণ সভাত সংগঠনৰ সাংগঠনিক দিশত বৃহৎ পৰ্যালোচনাৰ পিচত জিলা সমিতিৰ পুৰণি সমিতি ভংগ কৰি পুৰ্ন পৰ্যায়ত নতুন জিলা সমিতি গঠন হয়। যত মহেশ ছত্ৰীক সভাপতি আৰু সাধাৰণ সম্পাদক নিলুৎপল ৰবিদাসৰ সহিতে ২১ জনিয়া এক শক্তিশালী অসম চাহ জনজাতি ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতি গঠন কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!