Download Now Banner

This browser does not support the video element.

গোঁসাইগাঁও ভাগ: কাশিয়াবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ ভাষণত দিল্লী দিছপুৰ কোকৰাঝাৰত বিজেপি চৰকাৰ হব বুলি দাবী

Gossaigaon Part, Kokrajhar | Aug 25, 2025
গোসাইগাওঁৰ কাশিয়াবাৰীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে দিনৰ ২ বজাত নিৰ্বাচনী প্ৰচাৰ চলাই নিজৰ ভাষণত দিল্লীত বিজেপি , দিছপুৰত বিজেপি আৰু কোকৰাঝাৰতো বিজেপি চৰকাৰ গঠন কৰা হব বুলি দাবী কৰে । উল্লেখ্য বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অব্যাহত আছে। আজি গোসাইগাওঁৰ কাশিয়াবাৰী খেল পথৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাত উপষ্ঠিত থাকি ভাষণ প্ৰদান কৰে আৰু বিজেপি চৰকাৰ হলে বিটিচিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব ৷
Read More News
T & CPrivacy PolicyContact Us