নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰয়াত কবি বিপুল কুমাৰ দত্ত,অনুভৱ তুলসী আৰু যোগেন টাইডৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়।সভাখন উদ্বোধন কৰে নলবাৰী জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে।উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি নীলিম কুমাৰকে ধৰি কেইবাগৰাকীও কবি আৰু বিশিষ্ট ব্যক্তি , আনহাতে কবিতা পাঠ কৰি স্মৃতি ৰোমন্থন কৰা পৰিলক্ষিত হয় অনুষ্ঠান টোত