This browser does not support the video element.
ধেমাজি: গোগামুখত আৰক্ষীৰ অভিযান, অভিযানত দুজন অবৈধ অস্ত্ৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
Dhemaji, Dhemaji | Sep 10, 2025
গোগামুখত আৰক্ষীৰ অভিযান, অভিযানত অবৈধ অস্ত্ৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।ধেমাজি আৰক্ষীৰ এক বৃহৎ সাফল্য। এক গোপন সূত্ৰৰ পম খেদি ধেমাজি জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ তত্বাৱধানত আৰু উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত গোগামুখ আৰক্ষীৰ চক্ৰ পৰিদৰ্শক আৰু গোগামুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সহ এটা আৰক্ষীৰ দলে অভিযান চলাই গোগামুখ নাহৰবাৰী অঞ্চলৰ পৰা দুজন গ্ৰেপ্তাৰ।