Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: নগৰত শিল্পী জুবিন গাৰ্গৰ শেষ শয়ন যাত্ৰাৰ দিনটোত সমূহ আদিবাসী ৰাইজক 'কৰ্ম-বিৰতি' আহ্বান আদিবাসী ছাত্ৰ সন্থাৰ সভাপতিৰ

North Lakhimpur, Lakhimpur | Sep 22, 2025
হাৰ্টথ্ৰব জুবিন গাৰ্গক শ্রদ্ধা জনাই অসমৰ আদিবাসী ৰাইজলৈ বিশেষ আহ্বান উত্তৰ লখিমপুৰ নগৰত সোমবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্রীয় সভাপতি গডিউইন হেমৰমৰ। ২৩ চেপ্তেম্বৰ, ২০২৫ তাৰিখ মঙলবাৰে মহান শিল্পী জুবিন গাৰ্গৰ শেষ শয়ন যাত্ৰাৰ দিনটোত অসমৰ সমূহ আদিবাসী ৰাইজক 'কৰ্ম-বিৰতি' পালন কৰি তেখেতে বিচৰা বৃহত্তৰ অসমীয়া সমাজৰ বিষয়ে চিন্তা কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় সভাপতি গৰাকীয়ে।
Read More News
T & CPrivacy PolicyContact Us