This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ নিৰ্দেশত চিৰাজুলী সত্ৰ গাওঁ পঞ্চায়তৰ ৰতনজুলী গাওঁত শিৱ মন্দিৰ নিৰ্মাণৰ আধাৰশিলা
Dhekiajuli Part, Sonitpur | Aug 25, 2025
সোমবাৰে দিনৰ অনুমানিক ১ বজাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ নিৰ্দেশত চিৰাজুলী সত্ৰ গাওঁ পঞ্চায়তৰ ৰতনজুলী গাওঁত নিৰ্মাণ হবলগীয়া শিৱ মন্দিৰৰ ভূমি পূজন তথা আধাৰশিলা স্থাপন কৰা হয় ৷ অসম চৰকাৰৰ অসম দৰ্শন আচনীৰ অধিনত নিৰ্মাণ হ'বলগীয়া উক্ত শিৱ মন্দিৰ নিৰ্মাণ কাৰ্য্যৰ ভূমি পূজন তথা আধাৰশিলা স্থাপন কৰে গুপ্তেশ্বৰ জিলা পৰিসদৰ সদস্য নিৰ্মল দাসে ৷ আজিৰ উক্ত কাৰ্যসূচীত চিৰাজুলি সত্ৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে৷