Download Now Banner

This browser does not support the video element.

দেৰগাঁও: জাৰ্ফ্ৰিনা ৰহমানৰ ন্যায়ৰ দাবীত দেৰগাঁও থানাৰ সন্মুখত শ শ মহিলাৰ উত্তাল প্ৰতিবাদ, অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী

Dergaon, Golaghat | Aug 23, 2025
জাৰ্ফ্ৰিনা ৰহমানৰ ন্যায়ৰ দাবীত দেৰগাঁও থানাৰ সন্মুখত শনিবাৰে বিয়লি প্ৰায় ৬ বজাত শ শ মহিলাৰ উত্তাল প্ৰতিবাদ,অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী। দেৰগাঁও BTCৰ আৰক্ষী জোৱান তথা জাৰ্ফ্ৰিনাৰ স্বামী আৰিফুৰ ৰহমানক গ্ৰেপ্তাৰৰ দাবীত সাব্যস্ত কৰে এই উত্তাল প্ৰতিবাদ। উল্লেখ্য,যোৱা ১৯ আগষ্টত আত্মহননৰ পথ বাছি লৈছিল আৰিফুৰ ৰহমানৰ পত্নী জাৰ্ফ্ৰিনা ৰহমানে। সন্দেহজনক অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহ। পৰিয়ালৰ লোকে এইয়া হত্যাকাণ্ড বুলি দাবী কৰি গোচৰ তৰিছিল আৰক্ষীৰ জোৱান আৰিফুৰ ৰহমানৰ বিৰুদ্ধে।
Read More News
T & CPrivacy PolicyContact Us