Download Now Banner

This browser does not support the video element.

কদম: ২ নং শেনচোৱা পথাৰ সোণোৱাল গাঁৱৰ নামঘৰৰ মণিকূট শুভ উদ্বোধন কৰে সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ সদস্য ধীৰেণ সোনোৱালে

Kadam, Lakhimpur | Sep 29, 2025
সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ আৱন্টণ দিয়া ২ নং শেনচোৱা পথাৰ সোণোৱাল গাঁৱৰ নামঘৰৰ মণিকূট ভাগ সোমবাৰে শুভ উদ্বোধন কৰা হয় । ২ নং শেনচোৱা পথাৰ সোণোৱাল গাঁৱৰ নামঘৰৰ মণিকূট ভাগ শুভ উদ্বোধন কৰে সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ২২নং বগীনদী সমষ্টিৰ সদস্য ধীৰেণ সোনোৱালে ।
Read More News
T & CPrivacy PolicyContact Us