Download Now Banner

This browser does not support the video element.

ঘগ্ৰাপাৰ ভাগ: কৰিয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি,পূজাত আছিল জুবিন গাৰ্গৰ সাংস্কৃতিক সন্ধিয়া

Ghograpar Part, Nalbari | Sep 30, 2025
এইবাৰ উকা হৈ ৰল শাৰদীয় দুৰ্গোৎসৱৰ সাংস্কৃতিক মঞ্চ।কালি নিশা নলবাৰীৰ কৰিয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আছিল সংগীত সন্ধিয়া। পিছে কৰিয়াবাসী ৰাইজৰ পুৰণ নহল আশা।কৰিয়াৰ দূৰ্গা পূজাৰ বাকৰিত সংগীত পৰিবেশন কৰিবলৈ আৰু কায়িকভাৱে আমাৰ মাজত নাই জুবিন গাৰ্গ। সপ্তমীৰ নিশা সাংস্কৃতিক অনুষ্ঠান আছিল নলবাৰীৰ কৰিয়া দুৰ্গা পূজাত ।হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ সলনি কালি কৰিয়াৰ দূৰ্গা পূজাৰ সাংস্কৃতিক মঞ্চত উপস্থিত হৈ জুবিন গাৰ্গৰ একালৰ বন্ধু সুৰকাৰ কন্ঠশিল্পী দিগন্ত ভাৰতী।
Read More News
T & CPrivacy PolicyContact Us