This browser does not support the video element.
বিশ্বনাথ: বিহালীৰ বাঘমাৰীৰ সমীৰণ পেট্ৰল পাম্পৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা চালকৰ
Biswanath, Biswanath | Sep 13, 2025
বিহালী সমষ্টিৰ জিনজিয়া থানা অন্তৰ্গত বাঘমাৰীৰ সমীৰণ পেট্ৰল পাম্পৰ সন্মুখত থকা বাইপাছত এল্টো কাৰ এখন ক্ৰছ কৰিব লওতে গহপুৰ দিশৰপৰা বিশ্বনাথ চাৰিআলি গৈ থকা ইকোভেন এটাই প্ৰচণ্ড জোৰে খুন্দা মাৰি বাহনখন পলায়ন কৰে। যদিও এল্টো কাৰ এখন চালকজনৰ কথমপি প্ৰাণ ৰক্ষা পৰিল। কিন্তু বাহনখনৰ বিস্তৰ ক্ষতি হয়। এই ঘটনাৰ পিচতে স্থানীয় লোকে জিনজিয়া আৰক্ষীক খবৰকৰাত আৰক্ষীৰ দল ঘটনাস্থলিত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।