Download Now Banner

This browser does not support the video element.

সোণাৰি: সোণাৰিত সংবাদ মেল অনুষ্ঠিত কৰি নিজৰ প্ৰাপ্য অধিকাৰ বাবে তীব্ৰ প্ৰতিবাদ কৰা হুংকাৰ দিলে সদৌ অসম পি এইচ ই অস্থায়ী শ্ৰমিকৰ

Sonari, Charaideo | Sep 13, 2025
অসমৰ বিভিন্ন জিলা সমূহৰ খোৱা পানী যোগান আঁচনি সমূহত অস্থায়ী ভিত্তিত কৰ্মৰত শ্ৰমিক সকলে নিজৰ দীৰ্ঘদিনিয়া দাবীৰ সমৰ্থনত অহা নৱেম্বৰ মাহৰ পৰা ৰাজ্য ব্যাপী আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে। আজি সোণাৰিত সদৌ অসম পি এইচ ই অস্থায়ী শ্রমিক কর্মচাৰী পৰিষদৰ এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাৰ অন্তত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলে এক সংবাদমেল সম্বোধন কৰি আন্দোলন কাৰ্যসূচীৰ কথা ঘোষণা কৰে। সংবাদমেলাত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া স
Read More News
T & CPrivacy PolicyContact Us