Download Now Banner

This browser does not support the video element.

সৰুপথাৰ: পাভজান, বাম শিঙিমাৰী,দ শিঙিমাৰী আদিত অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান, নষ্ট ২০০ লিটাৰ চুলাই, ১০০০ লিটাৰ পাচ

Sarupathar, Golaghat | Aug 28, 2025
সৰুপথাৰৰ পাভজান, বাম শিঙিমাৰী,দ শিঙিমাৰী আদিত অঞ্চলত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪ মান বজাত অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান আবকাৰী বিভাগৰ। অভিযানত নষ্ট কৰে ২০০ লিটাৰ চুলাই, ১০০০ লিটাৰ চুলাই প্ৰস্তুতৰ বাবে মজুত ৰখা পাচ গোলাঘাট জিলাৰ আবকাৰী বিভাগৰ সৰুপথাৰৰ দলটোৱে সমজিলাখনৰ পাভজান, বাম শিঙিমাৰী, দ শিঙিমাৰী আদি অঞ্চলত চলোৱা অবৈধ সুৰা বিৰোধী তালাচী অভিযানত নষ্ট কৰে এই বৃহৎ পৰিমাণৰ অবৈধ চুলাই।
Read More News
T & CPrivacy PolicyContact Us