This browser does not support the video element.
নলবাৰী: চহৰস্থিত নলবাৰীৰ শ্রীশ্রী হৰিমন্দিৰ পৰিচালনা সমিতিৰ কার্যনির্বাহক সভাত অধ্যক্ষতা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই
Nalbari, Nalbari | Sep 12, 2025
নলবাৰীৰ শ্রীশ্রী হৰিমন্দিৰ পৰিচালনা সমিতিৰ এখন কার্যনির্বাহক সভাত অধ্যক্ষতা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই, আনহাতে সভাত মন্দিৰ প্ৰাংগণৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে আগন্তুক শ্রীশ্রীদুর্গা পূজা আৰু ৰাস মহোৎসৱৰ আয়োজন সন্দর্ভত আলোচনা কৰোঁ। আজিৰ সভাত হৰিমন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক নলিনীকান্ত শীলৰ লগতে অন্যান্য বিষয়ববীয়াসকল আৰু সমিতিৰ কার্যনির্বাহক সদস্য সদস্যাসকল উপস্থিত থাকে।