Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: টাউন বান্টৌত দুর্নীতি বিৰোধী যুব শক্তি,অসম জিলা সমিতি সাধাৰণ সভা উপস্থিত থাকে কেন্দ্ৰীয় সাধাৰণ সম্পাদক লিখন খাটনীয়াৰ

North Lakhimpur, Lakhimpur | Aug 24, 2025
উত্তৰ লখিমপুৰ নগৰৰ টাউন বান্টৌত চাৰনাজ হোটেল প্ৰাংগণত দেওবাৰে দুর্নীতি বিৰোধী যুব শক্তি, অসম লখিমপুৰ জিলা সমিতি সাধাৰণ সভা অনুষ্ঠিত হয়।সভাতদুর্নীতি বিৰোধী যুব শক্তি, অসমৰ কেন্দ্রীয় সাধাৰণ সম্পাদক লিখন খাটনীয়াৰৰ উপস্থিতিত লখিমপুৰ জিলা ২১ জনীয়া সমিতি খন পুনৰ গঠন হয় ।দুর্নীতি বিৰোধী যুব শক্তি, অসম লখিমপুৰ জিলা সমিতিৰ সভাপতি ৰাজীৱ শইকীয়া ,সাধাৰণ সম্পাদক যদুমণি দাস , উপ-সভাপতি পঙ্কজ বৰা, সহকাৰী সম্পাদক সঞ্জীৱ তামুলী ফুকন আদি নিৰ্বাচিত হয় ।
Read More News
T & CPrivacy PolicyContact Us