Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: বিটিচি নিৰ্বাচনত ২০ খনতকৈ অধিক আসনত জিকিব বিপিএফ দল, দিমলগাওত দাবি হাগ্ৰামা মহিলাৰীৰ

Kokrajhar Part, Kokrajhar | Sep 6, 2025
বিটিচি নিৰ্বাচনত ২০ খনতকৈ অধিক আসনত জিকিব বিপিএফ দলে। বৰ্তমান বিপিএফৰ পজিচন বহুত ভাল, ইউপিপিএলৰ পজিচন বহুত বেয়া । শনিবাৰে আবেলি ৪ বজাত নিজ গৃহ সমষ্টি কোকৰাঝাৰৰ দেৱৰগাঁওত হাগ্ৰামা মহিলাৰীই নিৰ্বাচনী প্ৰচাৰ চলাই এনে মন্তব্য কৰে । ইউপিপিএলতকৈ ওপৰত আছে বিজেপিৰ পজিচন ৷ বিপিএফৰ পিছতে দ্বিতীয় স্থানত থাকিব বিজেপি দল।
Read More News
T & CPrivacy PolicyContact Us