Download Now Banner

This browser does not support the video element.

লংকা: লংকাৰ ফৰেষ্ট বজাৰত হোজাই জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ জোঁৰ লৈ প্ৰতিবাদী সমদল

Lanka, Hojai | Sep 5, 2025
শুক্রবাৰে নিশা ৭:৩০ মান বজাত লংকাৰ ফৰেষ্ট বজাৰত হোজাই জিলা বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ জোঁৰ লৈ প্ৰতিবাদী সমদল।অসমত বসবাস কৰা ভাৰতীয় হিন্দু বাঙালীসকলৰ ডি-ভোটাৰ সমস্যাক লৈ অসম চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলি লংকাৰ ফৰেষ্ট বজাৰত এই প্ৰতিবাদী সমদল। প্ৰতিবাদী সকলে কিছু দূৰ সমদল কৰি প্ৰতিবাদৰ মাজতে চৰকাৰৰ বিৰোধী বিভিন্ন শ্ল'গান দিয়ে।
Read More News
T & CPrivacy PolicyContact Us