Install App
shivbhakti
This browser does not support the video element.
গৰৈমাৰী: কামৰূপৰ যোগীপাৰাত ৰাইজে ধৰিলে এটা গাহৰি চোৰক,গাহৰি পোৱালি বজাৰত বিক্ৰী কৰিবলৈ গৈ হাটেলোটে ধৰা পৰে,গতাই দিয়ে আৰক্ষীক
Goroimari, Kamrup | Aug 21, 2025
বৃহস্পতিবাৰে কামৰূপৰ যোগীপাৰাত ৰাইজে ধৰিলে এটা গাহৰি চোৰক। চোৰ কৰি গাহৰি পোৱালি বজাৰত বিক্ৰী কৰিবলৈ গৈ বজাৰতে হাটেলোটে ধৰা পৰিল এজন চোৰ। আনহাতে দুজন চোৰ পলাই যাবলৈ সক্ষম হয়। বৰ্তমান আৰক্ষী থানাত ৰখা হৈছে চোৰটোক। আন দুটা চোৰক বিচাৰি তদন্ত অব্যাহত আৰক্ষীৰ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!