Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: লীলাবাৰী চান্দমাৰিত ড্রাগছ সৰবৰাহকাৰী এজনক ৰাইজে আটক কৰি গটালে আৰক্ষীক

North Lakhimpur, Lakhimpur | Aug 24, 2025
লখিমপুৰৰ লীলাবাৰী চান্দমাৰিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী উমৰ আলিৰ বাসগৃহত ড্ৰাগছ ক্ৰয় কৰিবলৈ যোৱা এজন ড্ৰাগছ সৰবৰাহকাৰীক শনিবাৰে নিশা ৰাইজে আটক কৰি গটালে লীলাবাৰী আৰক্ষীক । উমৰ আলিৰ ঘৰত চাৰিজনীয়া ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ ক্ৰয় কৰাৰ সময়তে ৰাইজে এজনক আটক কৰিবলৈ সক্ষম হয় যদিও তিনিজন পলাই যায় । বৰ্তমান কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী উমৰ আলি পলাতক বুলি জানিব পৰা গৈছে।
Read More News
T & CPrivacy PolicyContact Us