This browser does not support the video element.
বৰপেটা: সৰভোগত পণ্ডিত দীনদয়াল উপাধ্যায় পুথিভঁৰাল উন্মোচন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
Barpeta, Barpeta | Sep 25, 2025
সৰভোগত পণ্ডিত দীনদয়াল উপাধ্যায় পুথিভঁৰাল উন্মোচন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। পণ্ডিত দীনদয়াল উপাধ্যায় জন্ম দিৱস আজি ভাৰতীয় জনতা পাৰ্টি চকচকা মণ্ডল কাৰ্যালয়ত পালন কৰে৷জন্ম দিবসৰ লগত সংগতি ৰাখি তেখেতৰ নামত উৎসৰ্গিত এটা পুথিভঁৰালৰ ভাৰতীয় জনতা পাৰ্টি চকচকা মণ্ডল কাৰ্যালয়ত অসম চৰকাৰৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসে উদ্ধোধন কৰে৷