Download Now Banner

This browser does not support the video element.

সোণাৰি: কমনৱেলথ ভাৰোত্তোলনত স্বৰ্ণজয়ী ভাৱনা গগৈ আৰু হেমন্ত দৈমাৰীক আদৰণি, ভজো ৰেল ষ্টেচনত উষ্ণ আদৰণি দল সংগঠনৰ

Sonari, Charaideo | Sep 2, 2025
চৰাইদেউ জিলাৰ সোণাৰিত কমনৱেলথ ভাৰোত্তোলনত স্বৰ্ণজয়ী ভাৱনা গগৈ আৰু হেমন্ত দৈমাৰীক আদৰণি। আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ ভাৰোত্তোলনত সোণৰ পদক অৰ্জন কৰাৰ পাছত আজি জন্মভূমি সোণাৰিত উপস্থিত ভাৱনা গগৈ আৰু হেমন্ত দৈমাৰী। অৱধ আছাম এক্সপ্ৰেছযোগে ঘৰলৈ অহা দুয়োগৰাকী ভাৰোত্তোলকক ভজো ৰেল ষ্টেচনত ঢোলে-দগৰে আদৰণি জনালে চৰাইদেউ জিলা বাসী তথা শুভাকাংক্ষীয়ে।
Read More News
T & CPrivacy PolicyContact Us