Download Now Banner

This browser does not support the video element.

ডিফু: উচ্ছেদক লৈ জমিয়ত উলেমা-ই-হিন্দৰ নেতাই মুখ্যমন্ত্ৰীক অপসাৰণ কৰাৰ মন্তব্যক লৈ ডিফুত গৰজি উঠিল এইছপিচিএফ

Diphu, East Karbi Anglong | Aug 24, 2025
অসমৰ অবৈধ বেদখলকাৰীক উচ্ছেদক লৈ জমিয়ত উলেমা ই হিন্দৰ নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰিব লাগে বুলি কৰা  মন্তব্যক লৈ গৰজি উঠিল কাৰ্বি আংলঙৰ ২৯ টা জাতি -জনগোষ্ঠীৰ উমৈহতীয়া মঞ্চ হিলছ পিপুল কালচাৰেল ফ'ৰাম চমুকৈ এইছপিচিএফ ৷ দেওবাৰে  দিনৰ ২ মান বজাত  ডিফু-লামডিং পথৰ এইছপিচিএফৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে এইছপিচিএফৰ নেতা সকলে ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ বিভিন্ন প্ৰান্তত চলি থকা অবৈধ বেদখলকাৰীক কৰা উচ্ছেদ অভিযানক পূৰ্ণ সমৰ্থন জনা
Read More News
T & CPrivacy PolicyContact Us