Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: নাৰায়ণপুৰ চাহ বাগিছাত আজি উদ্‌যাপন কৰা হৈছে চতুৰ্থ বাৰ্ষিক কৰম উৎসৱ,উপস্থিত আট্‌ছাৰ কেন্দ্ৰীয় নেতা

Dhekiajuli Part, Sonitpur | Sep 11, 2025
শোণিতপুৰ জিলাৰ অন্তৰ্গত নাৰায়ণপুৰ চাহ বাগিছাত আজি উদ্‌যাপন কৰা হৈছে চতুৰ্থ বাৰ্ষিক কৰম উৎসৱ ৷ উল্লেখ্য যে বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষতো নাৰায়ণপুৰ চাহ বাগিছাৰ মডেল হাইস্কুলৰ চৌহদত উদ্‌যাপন কৰা হৈছে চতুৰ্থ বাৰ্ষিক কৰম উৎসৱ ৷ আজিৰ উক্ত কৰম উৎসৱৰ অনুষ্ঠানত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আট্‌ছাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মোহন তাঁতীৰ লগতে সংগঠনটোৰ কেইবাগৰাকীও নেতা উপস্থিত থাকে ৷
Read More News
T & CPrivacy PolicyContact Us