This browser does not support the video element.
জলহ ভাগ: ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Jalah Part, Baksa | Aug 31, 2025
২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থীৰ নাম ঘোষণা । আজি ইউপিপিএলৰ মনোনীত প্ৰাৰ্থী মাখন স্বৰ্গীয়াৰী কয় যে মথনগুৰী সমষ্টিৰ ৰাইজে আকোৱালি লৈছে ইউপিপিএল দলক নিশ্চিত ভাৱে আমি জয়ী হ ব পাৰিম । আৰু প্ৰাৰ্থী গৰকীক দলীয় কাৰ্যকৰ্তা সকলে সম্বৰ্ধনা জনায় টিকট ঘোষণা হোৱাৰ পিছতেই ।