Download Now Banner

This browser does not support the video element.

লংকা: লংকাৰ তিনিআলিস্থিত পিএমশ্ৰী মৌলানা আব্দুল হান্নান খান হাইস্কুলত নিশা চুৰিকাণ্ডৰ ঘটনা, আৰক্ষীৰ তদন্ত অব্যাহত

Lanka, Hojai | Aug 28, 2025
লংকাৰ তিনিআলীস্হিত পিএমশ্ৰী মৌলানা আব্দুল হান্নান খান হাই স্কুলত নিশা চুৰিকাণ্ডৰ ঘটনা,পূৱা বিদ্যালয়খনৰ চকীদাৰ জন বিদ্যালয়খনত প্ৰবেশ কৰোতেহে পোহৰলৈ আহে এই চুৰিকাণ্ডৰ ঘটনা।বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ ভাষ্য অনুসৰি চুৰে বিদ্যালয়খনৰ পৰা চি চি কেমেৰাৰ হাৰ্ড ডিস্কৰ মেচিন, বিদ্যালয়খনৰ বেল,শিক্ষাৰ্থীৰ ইউনিৰ্ফম, টিভি, প্ৰযোজনীয় বয়বস্তু সহ প্ৰায় ডেৰ দুই লাখ টকাৰ সা-সম্পত্তি লৈ উধাও চুৰ।উদালী পহৰা চকীৰ আৰক্ষী লোক বিদ্যালয়খনত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে
Read More News
T & CPrivacy PolicyContact Us