Install App
mobarak.officialpage
This browser does not support the video element.
জলহ ভাগ: নিমুৱাত বিপিএফৰ নিৰ্বাচনী সভা।আজি বাক্সাৰ মথনগুৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নিমুৱাত নিৰ্বাচনী সভা অনুষ্ঠিত
Jalah Part, Baksa | Sep 6, 2025
নিমুৱাত বিপিএফৰ নিৰ্বাচনী সভা।আজি বাক্সাৰ মথনগুৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নিমুৱাত নিৰ্বাচনী সভা অনুষ্ঠিত হয়। আজি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বেগম আখতাৰা আহমেদ আৰু বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে । আগন্তুক পৰিষদীয় নিৰ্বাচন সম্পৰ্কে ৰাইজৰ সৈতে মত বিনিময় কৰে বিপিএফৰ প্ৰাৰ্থী বেগম আখতাৰা আহমেদ ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!