Download Now Banner

This browser does not support the video element.

ধেমাজি: বিজেপি ত যোগদান কৰা বাবে সামাজিক মাধ্যমত কোনো লোকৰ অশালীন মন্তব্য নৱ বিজেপি কৰ্মীক, মাছখোৱাত আৰক্ষীক এজাহাৰ

Dhemaji, Dhemaji | Sep 3, 2025
বিজেপি ত যোগদান কৰা বাবে সামাজিক মাধ্যমত কোনো লোকৰ অশালীন মন্তব্য নৱ বিজেপি কৰ্মীক, আৰক্ষীক এজাহাৰ বুধ বাৰে দিনৰ প্ৰায় ১,৩০ মিনিট সংবাদ মাধ্যমক অৱগত কৰোৱাৰ অনুসৰি যোৱা কালি ভাৰতীয় জনতা পাৰ্টি ধেমাজি জিলা সমিতিৰ অন্তৰ্গত চিচিবৰগাঁও বিধানসভা সমষ্টিৰ মাছখোৱা মণ্ডল উদ্যোগত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত মাছখোৱ ব্লক কংগ্ৰেছৰ সভানেত্ৰী গৰাৰ্কীয়ে ভাৰতীয় জন
Read More News
T & CPrivacy PolicyContact Us