Download Now Banner

This browser does not support the video element.

ধেমাজি: ধেমাজিত মৰণফান্দত পৰিণত বলিগাও সংযোগী পথ এটি পথ,পথ নিৰ্মাণৰ দাবী ৰাইজৰ, #jansamasya

Dhemaji, Dhemaji | Sep 2, 2025
ধেমাজিত মৰণফান্দত পৰিণত এটি পথ , পথৰ দুৰৱস্থাই জীয়াতু ভুগিছে হাজাৰ হাজাৰ ৰাইজে।সংবাদ মাধ্যমক ৰাইজে অৱগত কৰোৱাৰ অনুসৰি ধেমাজি ৰেলৱে ষ্টেচনৰ পৰা বালি গাৱ সংযোগী প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্য্যৰ কংক্ৰিট ঢালাইৰ পথছোৱাত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতত পৰি দুৰ্ঘটনা গ্ৰস্ত হোৱা লগতে সৃষ্টি হৈছে বিভিন্ন জন বিভিন্ন সমস্যা।
Read More News
T & CPrivacy PolicyContact Us