Download Now Banner

This browser does not support the video element.

হোজাই: জিলা সদৰত ১৩ চেপ্তেম্বৰত অনুষ্ঠিত হৱ ৰাষ্ট্ৰীয় লোক আদালত: জিলা সদৰত জানিব দিয়ে জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিৱে

Hojai, Hojai | Sep 11, 2025
হোজাই জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ জিলা ন্যায়িক আদালতৰ চৌহদত অহা ১৩ চেপ্তেম্বৰ ২০২৫ত অনুষ্ঠিত হৱ ৰাষ্ট্ৰীয় লোক আদালত: জিলা সদৰত জানিব দিয়ে জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিৱ গৰাকীয়ে। উক্ত লোক আদালতত জিলাখনৰ ৰাইজৰ দেৱানী গোচৰ, মটৰ দূৰ্ঘটনাৰ দাৱী, বেংকৰ লেনদেন, বিজুলীৰ মাছুল আদি বিৱাদ সমূহ নিষ্পত্তি কৰিব পাৰিব। সেইহে সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে হোজাই জিলা আইন সেৱা প্ৰাধিকৰণে।
Read More News
T & CPrivacy PolicyContact Us