Download Now Banner

This browser does not support the video element.

নাজিৰা: আমগুৰি চাহবাগিছাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰম উৎসৱত নিশা ৬৫৮ গৰাকী নাচনীৰ একেলগে ঝুমুইৰ নৃত্য প্ৰদৰ্শন

Nazira, Sivasagar | Sep 13, 2025
আমগুৰি চাহবাগিছাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰম উৎসৱৰ শুক্ৰবাৰে নিশা সফল সামৰণি পৰে। নিশা ৬৫৮ গৰাকী নাচনীয়ে একেলগে প্ৰদৰ্শন কৰিলে ঝুমইৰ নৃত্য।আমগুৰি চাহবাগিছাত চাহজনগোষ্ঠী মৰ্চাৰ জিলা সমিতি আৰু আমগুৰি মণ্ডলৰ উদ্যোগত আৰু ৯ খনকৈ চাহবাগিছাৰ ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠিত কৰম উদযাপনৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী যোগেন মহন,সাংসদ কামাখ্যা প্ৰসাদ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us