Download Now Banner

This browser does not support the video element.

টেঙাখাত: দুলীয়াজানৰ টিংৰাই নদী ভেটি অবৈধ বান্ধ নিৰ্মাণ কৰি দুস্কৃতিকাৰীয়ে ধৰিছিল মাছ ,অবৈধ বান্ধ ভাঙি বীৰ লাচিত সেনাই

Tengakhat, Dibrugarh | Aug 22, 2025
দুলীয়াজানৰ টিংৰাই নদী ভেটি অবৈধ বান্ধ নিৰ্মাণ কৰি দুস্কৃতিকাৰীয়ে ধৰিছে মাছ । জৈৱ বৈচিত্ৰৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই চৰকাৰ প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই চলি আছিল এই মাছৰ ব‍্যৱসায় ।‌ একাংশ সংবাদ মাধ‍্যমত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই জাঙুৰ খাই উঠিছে বীৰ লাচিত সেনা । আজি বীৰ লাচিত সেনাৰ সদস‍্য সকল উপস্থিত হৈ টিংৰাই নৈৰ ওপৰত নিৰ্মাণ কৰা অবৈধ বান্ধ ভাঙি দিয়ে।
Read More News
T & CPrivacy PolicyContact Us