This browser does not support the video element.
ধেমাজি: জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ভাৰত ৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী পালন জিলা সদৰত
Dhemaji, Dhemaji | Sep 8, 2025
বিশ্ববৰণ্য ভাৰত ৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী পালন জিলা সদৰত।সোমবাৰে দিনৰ ভাগত ধেমাজি জিলাৰ সদৰত অৱস্থিত শ্বহিদ উদ্যানত ভাৰত ৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকা দেৱৰ শতবাৰ্ষিক জন্ম উদযাপন কৰা হয়।আজি উক্ত অনুষ্ঠানত ভাৰত ৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা লগতে জন্ম শতবাৰ্ষিক দিৱস উপলক্ষে মুঠ প্ৰায় ১০০ গৰাকী ছাত্ৰী ।