Download Now Banner

This browser does not support the video element.

সৰুপথাৰ: নগা দুবৃত্তৰ অমানৱীয় কাণ্ড কোনো কাৰণতে সহ্য কৰা নহব, বৰপথাৰত হুংকাৰ সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা

Sarupathar, Golaghat | Oct 3, 2025
নগা দুবৃত্তৰ অমানৱীয় কাণ্ড কোনো কাৰণতে সহ্য কৰা নহব। শুক্ৰবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত বৰপথাৰত হুংকাৰ সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ। গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি মণ্টু গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, যোৱা নিশা উৰিয়ামাঘাটৰ অসম-নাগালেণ্ড সীমান্তৰ অসমৰ ভূ-খণ্ডৰ টেঙাতলত নগা দুৰ্বৃত্তই যি অমানৱীয়া কাণ্ড সংঘটিত কৰিলে সেয়া কোনো কাৰণতে সহ্য কৰা নহব। উল্লেখ্য যে ঘটনাস্থলীত জিলা ছাত্ৰ সন্থাৰ এটি দলে পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ উভতি আহি সাংবাদিকৰ আগত এনে দৰে কয়।
Read More News
T & CPrivacy PolicyContact Us