This browser does not support the video element.
বৰভাগ: বৰকুৰিহাত ভূমিকম্পৰ তীব্ৰ জোকাৰণি, ঘৰৰ চাটত প্ৰচণ্ড ফাট
Barbhag, Nalbari | Sep 14, 2025
নলবাৰীৰ বৰকুৰিহাত ভূমিকম্পৰ তীব্ৰ জোকাৰণি ঘৰৰ চাটত প্ৰচণ্ড ফাট ।কোনোমতেই প্ৰাণৰক্ষা পৰে পৰিয়ালটো ।উল্লেখযোগ্য য়ে ভূমিকম্পৰ ফলত আতংকময় পৰিবেশ বিৰাজ কৰিছে।বৰকুৰিহাৰ মনোহৰি পাটগিৰিৰ বাসগৃহৰ চাটত প্ৰচণ্ড ফাট মেলা পৰিলক্ষিত হয়।