Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: বাঘমাৰীত ই-ৰিক্সা চালক সন্থাৰ উত্তাল প্ৰতিবাদ

Biswanath, Biswanath | Sep 6, 2025
বিশ্বনাথৰ বাঘমাৰীত ই-ৰিক্সা চালক সন্থাই বিশ্বনাথ চাৰিআলি পৌৰসভাই ৰচিদ নিদিয়াকৈ ফাইন লোৱাৰ অভিযোগত বাঘমাৰীৰ ই-ৰিক্সা চালকসকলে প্ৰতিবাদ কৰে। বিশ্বনাথ চাৰিআলি নগৰত প্ৰৱেশ কৰাৰ লগে লগেই পৌৰসভাই লয় ফাইন। যাক লৈ এতিয়া টমটম চালক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশ্বনাথ চাৰিআলিত প্ৰৱেশ কৰাৰ পিছতে এহেজাৰ টকা ফাইন লোৱাৰ উপৰিও বলপূৰ্বকভাৱে টমটমৰ চাবি কাঢ়ি টমটমখন জব্দ কৰাৰ অভিযোগ পৌৰসভাৰ কৰ্মচাৰীৰ বিৰুদ্ধে।
Read More News
T & CPrivacy PolicyContact Us